২৩ চেপ্তেম্বৰ ২০১৯ ত চহোগুৰী গাওঁৰ পৰা ডাৰাগাঁওলৈ ফুৰিবলৈ আৰু বনভোজ খাবলৈ গৈছিলো। গাওঁৰ ভাইটী সকল, যুৱক সকল আৰু খুড়া হতৰ লগত গৈছিলো।সচাকৈ,ডাৰাগাঁওৰ প্ৰাকৃতিক পৰিৱেশ বহুতেই ধুনীয়া।ডাৰাগাঁওখন ভূটান আৰু অসমৰ মাজত আছে।তাৰে কিছুমান অংশ ভূটানৰ।যাতায়ত ব্যৱস্থা বেয়া নহয়। বনভোজ খোৱাৰ বাবে বহুত ভাল ঠাই।